DOOARS BOOKS

MULTILINGUAL PUBLICATION
Phone No.
62977 31188
86170 68161
Follow us on:
0
Yandabo Yuddha
Writer/Editor: Pankaj Gobinda Medhi
Publisher: VISTAAR
More Details
Price:
Rs. 390/-
Out of Stock
Free Shipping in Selected areas only
Collect
Need Help?
Do you want to know more about this book? Then feel free to contact us.

100%
SECURE
PAYMENT BY
More Details
About the Book:

ইয়াণ্ডাবু যুদ্ধৰ সূচনা হৈছিল ৫ মাৰ্চ ১৮২৪ চন তাৰিখে। এই যুদ্ধখনক কোৱা হৈছিল ‘প্ৰথমখন এংলো-বাৰ্মিজ’ যুদ্ধ। যুদ্ধখনৰ সমাপ্তি হৈছিল ২৪ ফেব্ৰুৱাৰী ১৮২৬ চন তাৰিখে, ইয়াণ্ডাবু সন্ধিৰ মাধ্যমেৰে। সেইবাবে সাধাৰণ অৰ্থত যুদ্ধখনক কোৱা হয় ‘ইয়াণ্ডাবু যুদ্ধ’। যুদ্ধখনত ৪০,০০০ ব্ৰিটিছ-ভাৰতীয় আৰু ২০,০০০ ছিয়ামীজ সৈন্য আৰু বিপৰীতে ৩০,০০০ বাৰ্মিজ সৈন্য আৰু ১০,০০০ সহযোগী সৈন্যই অংশ গ্ৰহণ কৰিছিল। যুদ্ধখনত প্ৰত্যক্ষভাৱে ৩০০০ ব্ৰিটিছ-সন্মিলিত সৈন্য আৰু ৰোগাক্ৰান্ত হৈ ১২,০০০ সৈন্যৰ মৃত্যু ঘটিছিল। বাৰ্মিজ সৈন্যৰ কিমানৰ মৃত্যু ঘটিছিল জনা নাযায়। যুদ্ধখনৰ সূচনা হোৱাৰ কাৰণ আছিল বাৰ্মিজ সৈন্য আৰু লোকে ব্ৰিটিছ অধ্যুষিত অঞ্চলত সঘনাই কৰা লুটপাট আৰু আক্ৰমণ। যুদ্ধ অভিযানৰ সৈন্য সচিব আৰু আভাৰ সহকাৰী ৰাজনৈতিক এজেণ্ট মেজৰ কে স্নডগ্ৰাছে ইয়াণ্ডাবু যুদ্ধৰ অভিজ্ঞতাৰে ৰচনা কৰে ‘নেৰেটিভ অফ্ দ্য বাৰ্মিজ ৱাৰ’। লণ্ডনৰ পৰা গ্ৰন্থখন প্ৰকাশ পায় ১৮২৭ চনত। তাৰেই ভাষান্তৰ ‘ইয়াণ্ডাবু যুদ্ধ’।


Details:
ISBN: 978-81-992961-3-8
Publish Date: 24-12-2025
Page: 312
Language: Assamese
Binding: Hard Board

Dooars Books

Contact Us
e-Mail: dooarsbooks@gmail.com
Phone No.: +91 62977 31188 / +91 86170 68161
Follow Us
100%
SECURE
PAYMENT BY
Copyright © 2026. All rights reserved by www.DooarsBooks.com

Design & Developed by: WikiIND