DOOARS BOOKS

MULTILINGUAL PUBLICATION
Phone No.
62977 31188
86170 68161
Follow us on:
0
Fauji Kahini
Writer/Editor: Rupam Barua
Publisher: VISTAAR
More Details
Price:
Rs. 300/-
Out of Stock
Free Shipping in Selected areas only
Collect
Need Help?
Do you want to know more about this book? Then feel free to contact us.

100%
SECURE
PAYMENT BY
More Details
About the Book:

দ্বিতীয় মহাসমৰ কালত নেতাজী সুভাষচন্দ্ৰ বসুৰ নেতৃত্বত ভাৰত-ব্ৰহ্মদেশ সীমান্তত ‘আজাদ হিন্দ ফৌজ’ৰ বীৰ জোৱাসকলে স্বাধীনতাৰ যি শেষ সংগ্ৰামৰ সূচনা কৰিছিল তাৰেই শৌৰ্য-গাথা বিশেষ ৰূপত বৰ্ণিত হৈছে ‘ফৌজী কাহিনী : ১৯৪৩-৪৫’ গ্ৰন্থখনিৰ বাৰটা অধ্যায়ত৷ নেতাজী আৰু আজাদ হিন্দ ফৌজৰ সৈনিকসকলৰ বীৰত্বপূৰ্ণ সংগ্ৰাম আৰু আত্মদানৰ এই ঐতিহাসিক ঘটনাৱলীত সন্নিৱিষ্ট হৈছে অসমৰো দুই আজাদী সৈনিক উমেশ চন্দ্ৰ দেৱচৌধুৰী আৰু শ্ৰীদাম চন্দ্ৰ মহন্তৰ দেশপ্ৰেম আৰু স্বাধীনতা-ৰণৰ দুৰন্ত কাহিনী৷ প্ৰবীণ সাহিত্যিক তথা সাংবাদিক ৰূপম বৰুৱাৰ এই গ্ৰন্থখনে স্বাধীনতাৰ সংগ্ৰামত ১৯৪৩-৪৫ চনৰ দ্বিতীয় বিশ্বযুদ্ধৰ প্ৰেক্ষাপটত নেতাজী সুভাষৰ নেতৃত্বত আজাদ হিন্দ ফৌজৰ বীৰ জোৱানসকলৰ দেশপ্ৰেম, সাহস আৰু ত্যাগৰ অবিস্মৰণীয় কাহিনী বৰ্ণনা কৰিছে।


Details:
ISBN: 978-81-988086-4-6
Publish Date: 24-12-2025
Page: 120
Language: Assamese
Binding: Hard Board

Dooars Books

Contact Us
e-Mail: dooarsbooks@gmail.com
Phone No.: +91 62977 31188 / +91 86170 68161
Follow Us
100%
SECURE
PAYMENT BY
Copyright © 2026. All rights reserved by www.DooarsBooks.com

Design & Developed by: WikiIND